XAMPP in Linux - Assamese

622 visits



Outline:

লিনাক্স (Linux)ত XAMPP লিনাক্স (Linux)ত XAMPP ইনস্তল কৰা XAMPP হৈছে আপাছি (Apache), PHP আৰু MySQL পেকেজসমূহৰ দ্বাৰা গঠিত লিনাক্স (Linux)ৰ বাবে উপলদ্ধ এটা ক্রমসঞ্চিত পেকেজ (cumulative package) এই টিউট’ৰিয়েলটোত XAMPP টো ইনস্তল কৰা হ’ব আৰু দিফল্ট (default) ওৱেব চাৰ্ভাৰ (Webserver) দাইৰেক্তৰী (directory)টো হ’ব "opt" PHP ক’ড ফাইল (code file) এটা নিৰ্মান আৰু ৰান(Run) কৰা XAMPP চাৰ্ভিচসমূহ (services) কেনেকৈ আৰম্ভ আৰু বন্ধ কৰা হয়